top of page

বহি : ৰাষ্ট্ৰ বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন।

  • PB Sangbad
  • Apr 19
  • 1 min read

বহি : ৰাষ্ট্ৰ বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন।
বহি : ৰাষ্ট্ৰ বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন।

বাংলাদেশৰ মেডিকেল কলেজত অসমৰ ছাত্ৰ ছাত্ৰীয়ে স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন কৰে।

অসমৰ উজনিৰ পৰা নামনিলৈ সকলো ফালে ৰঙালী বিহুৰ পাৰভঙা উছাহ ।

বাংলাদেশৰ মেডিকেল কলেজত অসমৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন কৰে।

অসমৰ বিভিন্ন ঠাইৰ পৰা বাংলাদেশত অধ্যয়ন কৰিবলৈ যোৱা চিকিৎসাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে মিলি এইবাৰ বাংলাদেশত বিহু উদযাপন কৰে।

অসম স্টুডেন্ট কমিউনিটি ঢাকাৰ উদ্যোগত বৃহস্পতিবাৰে ধানমন্ডীত অনুষ্ঠিত কৰা হয় বিহু উৎসৱৰ।

 
 
 

Comentarios


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page